AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

জাগীৰোডত বিকাশৰ এটা দিন কাৰ্যসূচী, পাঁচটা প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ….

জাগীৰোডত বিকাশৰ এটা দিন কাৰ্যসূচী

উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

পাঁচটা প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

মুকলি নৱনিৰ্মিত ৰে’লৱে উৰণ সেতু

লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা উদ্বোধন

উদ্বোধন তৰঙা বিলৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্প, চাইকেল ট্ৰেক

ক্ৰীড়া সন্থাৰ আধুনিক প্ৰেক্ষাগৃহও উদ্বোধন

এখন জনসভাতো অংশ গ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীৰ

মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী অশোক সিংঘাল, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.