AssamInternationalnationalআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্বভাৰত

ভাৰত-পাক সীমান্তত পুনৰ উত্তেজনা, ভাৰত সীমান্তত পাকিস্তানী ৰেঞ্জাৰৰ গুলীচালনা…

ভাৰত সীমান্তত পাকিস্তানী ৰেঞ্জাৰৰ গুলীচালনা...

ভাৰত সীমান্তত পাকিস্তানী ৰেঞ্জাৰৰ গুলীচালনা

জম্মু কাশ্মীৰৰ চাম্বা জিলাত পাকিস্তানী পক্ষৰ গুলীচালনা

আন্তঃৰাষ্ট্ৰীয় সীমান্তত নয়নপুৰ পোষ্টত এই ঘটনা

গুলীয়াগুলীৰ ঘটনাত আহত BSFৰ জোৱান

চিকিৎসাধীন অৱস্থাত জোৱানজনৰ মৃত্যু

বিগত ৩ সপ্তাহত তৃতীয়বাৰৰ বাবে যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ

১৭ অক্টোবৰত পাকিস্তানী ৰেঞ্জাৰে ভংগ কৰিছিল যুদ্ধবিৰতি

উক্ত ঘটনাতো আহত হৈছিল দুজন BSFৰ জোৱান

২৬ অক্টোবৰত দ্বিতীয়বাৰৰ বাবে পাকিস্তানী ৰেঞ্জাৰ্ছৰ গুলীচালনাৰ ঘটনা

এই ঘটনাক লৈ ভাৰত-পাক সীমান্তত পুনৰ উত্তেজনা

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.