ক’ভিডৰ গন সংক্ৰমণৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগে বিশ্বনাথ জিলাত কন্টেইনমেন্ট জ’ন আৰু ৰাউণ্ডা ক্লক কাৰ্ফিও দৰে কঠোৰ প্ৰদক্ষেপ গ্ৰহন কৰিব লগা হৈছে। আনকি বিশ্বনাথৰ গহপুৰ সমষ্টিত ক’ভিড নিয়ন্ত্ৰণৰ বাবে খুদ গহপুৰ বিধায়ক উৎপল বৰাই নিজে নামি পৰিছে ৰাজপথত। বিধায়কগৰাকীয়ে আৰক্ষীক ক’ভিড SOP ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হবলৈ আহ্বান জনাইছে।
উল্লেখ যে, বিশ্বনাথ জিলাত দ্বিতীয় পৰ্যায়ৰ কন্টেনমেন জ’ন অৱ্যাহত আছে। জিলা, মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দিনে দিনে বৃদ্ধি পাই অহা ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষী আৰু মহকুমা প্ৰশাসনে ক’ভিড SOP নমনা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে। কাৰ্ফিউত অনুমতি বিহিন ভাবে চলি থকা যান-বাহনৰ পৰা জৰিমনা আদায় কৰিছে।
উল্লেখ যে , গহপুৰত শুক্ৰবাৰে বিয়লি পৰ্যন্ত সৰ্বমুঠ ২,৪৯৮ জনৰ গাত ক’ভিড ধৰা পৰাৰ বিপৰীতে মৃত্যু হৈছে ১৮ গৰাকী লোক।
Read Next
Assam
এপ্ৰিল 8, 2025
সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!
Assam
এপ্ৰিল 8, 2025
কাজিৰঙাৰ বুকুত আনন্দৰ বন্যা…
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !
Assam
ফেব্ৰুৱাৰী 24, 2025
মাজত মাত্ৰ আৰু কেইটামান ক্ষণ বাকী… সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান
Assam
জানুৱাৰী 31, 2025
আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন
Assam
জানুৱাৰী 29, 2025
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….
অসম
জানুৱাৰী 24, 2025
দৰা সাজেৰে কইনাক আনিবলৈ সাজু ৭১ বছৰীয়া ককা
Assam
জানুৱাৰী 9, 2025
প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

জানুৱাৰী 8, 2025
কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প? গ্ৰীণলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব?