অসমদৈনিক বাতৰিভাৰত

২১ জুলাইত ৰাহুল গান্ধীৰ আবেদনৰ শুনানী ল’ব সৰ্বোচ্চ ন্যায়ালয়ে…

২১ জুলাইত ৰাহুল গান্ধীৰ আবেদনৰ শুনানী ল’ব সৰ্বোচ্চ ন্যায়ালয়ে...

প্ৰসংগঃ মানহানিৰ গোচৰত ৰাহুল গান্ধীক কাৰাদণ্ড

২১ জুলাইত ৰাহুল গান্ধীৰ আবেদনৰ শুনানী ল’ব সৰ্বোচ্চ ন্যায়ালয়ে

ক্ষিপ্ৰ শুনানীৰ বাবে ৰাহুল গান্ধীয়ে জনাইছিল আবেদন

গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল চেছন আদালতৰ ৰায়

মোদী উপাধিক কটাক্ষ কৰি দুবছৰৰ কাৰাবাসৰে দণ্ডিত হৈছিল ৰাহুল

২৩ মাৰ্চত গুজৰাটৰ চেছন আদালতে দিছিল ৰায়দান

চেছন আদালতৰ ৰায়দানৰ পিছতে খাৰিজ হৈছিল সাংসদ পদ

নিম্ন আদালতৰ ৰায়দানৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাহুল গান্ধী

নিম্ন আদালতৰ ৰায়দান স্থগিতকৰণৰ আবেদন ৰাহুল গান্ধীৰ

সৰ্বোচ্চ ন্যায়ালয়ত ৰেহাই নাপালে কাৰাবাস খাটিবলগীয়া ৰাহুল গান্ধীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.