অসমদৈনিক বাতৰি

ডিগবৈত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান…

ডিগবৈত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান

ডিগবৈত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান

অভিযানত নামিল বিধায়ক সুৰেন ফুকন

খেদি খেদি ধৰিলে চোৰাং কাঠভৰ্তি ট্ৰাক

অৰুণাচলৰ নামফাইৰ পৰা আহিছিল ট্ৰাকখন

গোপন সূত্ৰৰ পম খেদি চলিছিল এই অভিযান

ট্ৰাকখন চাবুৱাৰ ৰঞ্জন গগৈৰ বুলি চিনাক্ত

ট্ৰাকখনৰ নম্বৰ AS-01PC-6282

আৰক্ষীৰ জিম্মাত জব্দকৃত ট্ৰাকখন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.