অসমদৈনিক বাতৰি

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ দিৱস, দিৱস উপলক্ষে আয়োজন বিভিন্ন কাৰ্যসূচী

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ দিৱস, দিৱস উপলক্ষে আয়োজন বিভিন্ন কাৰ্যসূচী

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ দিৱস

দিৱস উপলক্ষে আয়োজন বিভিন্ন কাৰ্যসূচী

শুভাৰম্ভ অনুষ্ঠানত উপস্থিত মুখ্য কাৰ্যবাহী বিষয়া

হেৰিটেজ ৱাকৰ শুভাৰম্ভ ডঃ সৌমাৰজ্যেতি মহন্তই

মহিলা সৱলীকৰণৰ বাবে বিশেষ মহিলাৰ স্কুটি ৰেলী

ৰেলী উদ্বোধন পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰৰ

শিৱসাগৰ দিৱসৰ পুৱাৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্চিনী কুমাৰ দলে, সহকাৰী আয়ুক্ত বৰ্ণালী খাটিৱাৰা, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.