অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

১৩ বছৰীয়া কিশোৰীক বিয়া পাতি গ্ৰেপ্তাৰ চন্দ্ৰপুৰৰ অমৰ বিশ্বাস নামৰ এজন যুৱক

বাল্য বিবাহ কৰি আৰক্ষীৰ জালত চন্দ্ৰপুৰৰ এজন যুৱক।

১৩ বছৰীয়া কিশোৰী বিয়া পাতি গ্ৰেপ্তাৰ চন্দ্ৰপুৰ পশ্চিম মায়ঙৰ অমৰ বিশ্বাস নামৰ যুৱকজন।

অসম চেণ্টাৰ ফৰ্ম ৰুৰেল ডেভলপমেন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট যুৱকজনক।

দুবছৰ পূৰ্বে ১৩ বছৰ বয়সতে মায়ঙৰ পৰা বিয়া কৰাইছিল কিশোৰীগৰাকীক।

প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক প্ৰেৰণ কৰে জেললৈ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.