leatest updatepoliticalঅসমদৈনিক বাতৰি

দুলীয়াজানৰ বৰুৱা তিনিআলিত খহি পৰিল পকী দলং।

তিনি কোটি টকা ব্যয়ৰে কিছুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন

দুলীয়াজানৰ বৰুৱা তিনিআলিত খহি পৰিল পকী দলং। দুলীয়াজানৰ বৰুৱা তিনিআলিৰ পৰা বামুনগাওঁ সংযোগী আছিল দলংখন। তিনি কোটি টকা ব্যয়ৰে কিছুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন। কিন্তু ঠিকাদাৰে নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰি দলঙখন নিৰ্মাণ কৰাৰ ফলত দলঙখনৰ এটা অংশ খহি যোৱাৰ অভিযোগ ৰাইজৰ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় বিধায়ক তেৰচ গোৱালা। ঘটনাস্থলীত উপস্থিত হৈ বিধায়কগৰাকীয়ে লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ লগতে বিভাগীয় বিষয়াক ফোনযোগে ধমক দিয়ে। দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.