অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কৃত্ৰিম বানৰ কবলত এতিয়া ককবকাইছে উত্তৰ গুৱাহাটীবাসীয়ে

কৃত্ৰিম বানপানীত ককবকাইছে উত্তৰ গুৱাহাটীবাসী।

বিগত তিনিমাহে পানীৰ সতে সহবস্থান কৰা উত্তৰ গুৱাহাটীবাসী এতিয়া সন্মুখীন হৈছে ভয়াৱহ কৃত্ৰিম বানৰ।

কৃত্ৰিম বানৰ কৱলত ৰজাদূৱাৰ, ৰূদ্ৰেশ্বৰ, ৰহধলা, মধুপুৰ, কটাহবজাৰ আদি অঞ্চল।

কৃত্ৰিম বানত অঞ্চলটোৰ বহু পথ বুৰ যোৱাত সংঘটিত হৈছে বহু দুৰ্ঘটনা।

জাইকাই পানী পাইপ বহুৱাই গাঁতসমূহ ভালদৰে নোপোতাৰ বাবেই পথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।

আবদ্ধ পানীৰ বাবে অস্বাস্যকৰ পৰিবেশত অঞ্চলটোত দেখা দিছে বিভিন্ন ৰোগে।

অঞ্চলটিৰ নলা কাটি পানী ওলিয়াই দিয়াৰ বাবে উত্তৰ গুৱাহাটী পৌৰ সভাৰ ওচৰত ৰাইজে দাবী জনাই আহিছে যদিও সুফল লাভ নকৰাৰ অভিযোগ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.