অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

উখল মাখল পৰিৱেশ শক্তিপীঠ মা কামাখ্যা ধাম, আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা

আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা

২৬ জুনলৈ কামাখ্যাত অম্বুবাচী মহাযোগৰ পবিত্ৰ পৰ্ব

নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি

২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ

২৬ জুনত পুৱা দেৱীক স্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ খোলা হ’ব

২৬ আৰু ২৭ জুনত বিশেষ দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব

নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত নিষেধাজ্ঞা

ভক্তৰ বাবে বিশেষ পদক্ষেপ সাহানী কাৱাড়ীয়া NGOৰ

২৪ ঘণ্টাই আহাৰ বিতৰণ কৰিব বেচৰকাৰী সংস্থাটোৱে

মহানগৰীৰ কামাখ্যা গেটত ভক্তৰ বাবে শিবিৰ মুকলি

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি এই ব্যৱস্থা গ্ৰহণ

ভক্তৰ সুবিধাৰ্থে শিবিৰটোত স্থাপন কৰা হৈছে স্বাস্থ্য পৰীক্ষা কেন্দ্ৰও

প্ৰায় ১১ বছৰ ধৰি এই মহৎ পদক্ষেপ হাতত লৈ আহিছে সংস্থাটোৱে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.