leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

অসমত আনুষ্ঠানিক নিৰ্বাচনী ৰণশিঙা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই।

২০২৪ চনতো বিজেপিয়েই পুনৰ দিল্লী দখল কৰিব বুলি নাড্ডাৰ ঘোষণা।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে অসমত আনুষ্ঠানিক নিৰ্বাচনী ৰণশিঙা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই। দেওবাৰে শিৱসাগৰ জিলাৰ জাঁজীৰ জকাইচুকত এক জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগৎ প্ৰসাদ নাড্ডাই।

নিজৰ ভাষণত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰাৰ লগতে বিজেপিয়ে ভাৰতক নতুন পৰিচয় দিয়া বুলি মন্তব্য কৰে নাড্ডাই। ২০২৪ চনতো বিজেপিয়েই পুনৰ দিল্লী দখল কৰিব বুলি নাড্ডাৰ ঘোষণা। এই সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, যোৰহাটৰ সাংসদ তপন গগৈকে আদি কৰি বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.