অসমদৈনিক বাতৰি

যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ, প্ৰতিবাদেৰে ঘেৰাও যোৰহাট NHIDCLৰ কাৰ্যালয়

যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ, প্ৰতিবাদেৰে ঘেৰাও যোৰহাট NHIDCLৰ কাৰ্যালয়

NHIDCL কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে যেন মৃত্যু মূখলৈ গতি কৰিছে সৰ্বসাধাৰণ ৰাইজ। বৃহস্পতিবাৰে নিশা  যোৰহাটৰ অযন্তা বাইপাইৰ সমীপত পথৰ দুৰৱস্থাৰ বাবে প্ৰাণ গৈছিল এজন  স্কুতি আৰোহীৰ। সঘনাই হোৱা দুৰ্ঘটনাৰ বাবে জাঙুৰ খাই উঠিছে এতিয়া বিভিন্ন দল সংগঠন।

আজি যোৰহাট  জিলাত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। প্ৰতিবাদেৰে ঘেৰাও যোৰহাট NHIDCLৰ কাৰ্যালয়। লগতে NHIDCL কতৃপক্ষৰ অৱহেলাৰ বাবে সৰ্বসাধাৰণ ৰাইজক মৃত্যু মুখলৈ ঠেলি দিয়া ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদত ভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.