অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰতীয় উপমহাদেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’

ভাৰতীয় উপমহাদেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’

১৪৫ কিলোমিটাৰ বেগেৰে আহি আছে বিপৰ্যয়

আজি পুৱাৰে পৰা গুজৰাটৰ উপকুলীয় অঞ্চলত ঘূৰ্ণীৰ প্ৰভাৱ

মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলতো সৃষ্টি প্ৰচণ্ড ঢৌৰ

উত্তাল আৰৱ সাগৰৰ ঢৌত উটি গ’ল ৪ কিশোৰ

নিষেধাজ্ঞা অমান্য কৰি গা ধুবলৈ গৈছিল ৫ কিশোৰে

এজনক জীৱন্তে উদ্ধাৰ, ৪ কিশোৰ নিখোজ

সতৰ্কবাণী জাৰি কৰিছিল আৰক্ষী-প্ৰশাসনে

১৫ জুনত গুজৰাটত সংহাৰ চলোৱাৰ সম্ভাৱনা

সামুদ্ৰিক ঘূৰ্ণিক লৈ কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি

ভাৰতৰ সমান্তৰালকৈ পাকিস্তানতো পৰিব প্ৰভাৱ

বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়াকৈ জাৰি কৰিছে সতৰ্কতা

গুজৰাটৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ অহাৰ সম্ভাৱনা

‘বিপৰ্যয়’ক লৈ সষ্টম হৈ আছে উত্তৰ-পূবৰ প্ৰশাসনো

অৱশ্যে অসমত বৰ্ষা ঋতুৰ আগমণৰ বাবে প্ৰত্যক্ষ প্ৰভাৱ নেপেলায় বিপৰ্যয়ে

সোমবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত জৰুৰী বৈঠক

উপস্থিত NDRF, গৃহ মন্ত্ৰালয়, সেনা বাহিনীৰ শীৰ্ষ বিষয়া

পশ্চিম উপকূলত ২৪ ঘণ্টাই হেল্পলাইন মুকলিৰ নিৰ্দেশ

আজি ৰাজ্য-কেন্দ্ৰশাসিত অঞ্চলৰ মন্ত্ৰীসকলৰে আলোচনাত বহিব গৃহমন্ত্ৰী

সাম্ভাৱ্য উপকূলীয় অঞ্চলত বন্ধ কৰি দিয়া হৈছে ৯৫খন ৰে’লৰ চলাচল

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eighteen =

Back to top button