leatest updateঅসমদৈনিক বাতৰিসংস্কৃতি

অম্বুবাচী মেলাক লৈ নীলাচল ধামত প্ৰস্তুতি তুংগত।

লাখ লাখ সাধু-সন্ন্যাসীক আদৰিবলৈ সাজু নীলাচলবাসী।

অম্বুবাচী মেলাক লৈ নীলাচল ধামত প্ৰস্তুতি তুংগত। ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা। ২২ জুনৰ নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি। ২২জুনৰ পৰা ২৫ জুনলৈ ৪ দিন বন্ধ থাকিব কামাখ্যা ধামৰ দূৱাৰ। ২৬ জুনত হ’ব অম্বুবাচীৰ নিবৃত্তি। লাখ লাখ সাধু-সন্ন্যাসীক আদৰিবলৈ সাজু নীলাচলবাসী।

অম্বুবাচী মেলাক লৈ সাজু মহানগৰ প্ৰশাসন। কেৱল পাণ্ডুতহে থাকিব ভক্তৰ বাবে ২টাকৈ শিবিৰ। ভৰলুমুখ, ফাঁচিবজাৰ, কামাখ্যা ষ্টেচনত নাথাকে কোনো শিবিৰ। নাহৰবাৰী, নীলাচলত আৰক্ষী, অন্য কৰ্মচাৰীৰ বাবে বিশেষ কেম্প। নাৰ্চাৰীৰ পৰা কামাখ্যালৈ যোৱাৰ পথত থাকিব খোৱাপানীৰ ব্যৱস্থা। ভক্তৰ সুবিধাৰ বাবে সমগ্ৰ পথত পাৰি দিয়া হ’ব কাৰ্পেট। নিশা ৯ বজাৰ পিছত ভক্তৰ প্ৰৱেশত থাকিব বাধা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.