Covid-19অসম

তেজপুৰৰ এজন ব্যতিক্ৰমী পুলিচ বিষয়া

এজন ব্যতিক্ৰমী পুলিচ বিষয়া। তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ডেকা।

১৯৮৪ চনত আৰক্ষী বিভাগত চিপাহী হিচাবে ভৰ্তি হোৱা জয়ন্ত ডেকাৰ মৰিগাওঁত জন্ম। বিগত ৩৭ বছৰ ধৰি পুলিচ বিভাগত কৰ্মৰত জয়ন্ত ডেকা এজন ব্যতিক্ৰমী পুলিচ বিষয়া। লক্ষীমপুৰ, তিনিচুকীয়া আদিত তেখেতে নিজৰ কৰ্মৰ জৰিয়তে জনসমাজত নিজৰ নাম উচ্চস্থানত ৰাখিবলৈ সক্ষম হৈছে। তাৰ ব্যতিক্ৰম নহয় তেজপুৰতো। যোগদান কৰা এমাহ নহওতেই তেখেতে বেবেজীয়া আৰক্ষী থানা খন সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। নিজৰ আপোন ঘৰ বুলি ভবা থানাখনত গজি উঠা হাবি জংঘলকে ধৰি থানাখন মূখ্যদ্বাৰ, থানাৰ আৱাসগৃহ আদি সকলো ৰং কৰি জাকত জিলিকা কৰি তুলিছে।

সমাজসেৱাৰ লগত জড়িত আৰক্ষী বিষয়াজনে এতিয়া তেজপুৰবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.