অসমৰাজনৈতিক

নতুন মন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচা…

কাইলৈ মন্ত্রী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ লগতে হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই।

বুধবাৰে, ঘোষণা হ’ল নতুন মন্ত্ৰীৰ নাম। জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা হ’ল নতুন মন্ত্ৰী। বিজেপিৰ ২ বিধায়কে বৃহস্পতিবাৰে মন্ত্রী হিচাপে ল’ব শপত।

 

 

কাইলৈ মন্ত্রী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ লগতে হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই। উল্লেখ্য় যে, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব আছিল জয়ন্ত মল্লবৰুৱা। ২০২১ চনত প্রথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল গাৰ্লোচা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.