অপৰাধদৈনিক বাতৰিভাৰত

নিজৰ ছয় সন্তানক লৈ কুৱাঁত জাপ দিলে এগৰাকী মাতৃয়ে, কিন্তু কিয়?

সোমবাৰে মহাৰাষ্ট্ৰৰ ৰায়গাড জিলাত এগৰাকী মহিলাই নিজৰ ছয়টাকৈ সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

সোমবাৰে মহাৰাষ্ট্ৰৰ ৰায়গাড জিলাত এগৰাকী মহিলাই নিজৰ ছয়টাকৈ সন্তানৰ সৈতে কুঁৱাত জপিয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সন্তান কেইটাৰ ভিতৰত ৫গৰাকী ছোৱালী আৰু এজন ল’ৰা আৰু আটাইকেইজনৰে বয়স ১০ বছৰৰ তলৰ।

আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰুৱা বিবাদৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে মহিলাগৰাকীয়ে।

মহিলাগৰাকীযক জীৱিত অৱস্থাত কুঁৱাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও আটাইকেইটা সন্তানৰ মৃত্যু হয়।
ঘটনাটো মুম্বাইৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মহাদ তালুকৰ খাৰাৱলী গাঁৱৰ। অভিযুক্ত ৩০ বছৰীয়া মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁক স্বামীৰ পৰিয়ালে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাই আহিছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.