অসমউৎসৱভাৰতসংস্কৃতিসাহিত্য

আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী! সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত উদযাপন ..

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী

আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী। সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬২ সংখ্যক জন্ম জয়ন্তী।

চিৰাঙৰ বাসুগাঁও চহৰতো সাগ্নিক সাহিত্য আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন বিশ্বকবিৰ জন্মজয়ন্তী। পুৱা সাগ্নিক কাৰ্যালয় প্ৰাঙ্গণত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বিভিন্ন বৰ্গৰ লোকৰ উপস্থিতিত এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰে।

সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত বাসুগাঁও কালীবাড়ী প্ৰাঙ্গণত আয়োজিত হয় এক সাংস্কৃতিক অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.