অসমদৈনিক বাতৰি

মাজুলীত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

সংঘটিত হৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনা

মাজুলীবাসীৰ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজেও অব্যাহত ৰাখিছে প্ৰতিবাদ।

ক্ৰমাত আধিক তীব্ৰতৰ হৈ পৰিছে অব্যাহত। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা। প্ৰতিবাদকাৰীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত আৰক্ষী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − seven =

Back to top button