খেল

কাটাৰত বিশ্ববাসীক দুভৰিৰ যাদুৰে মোহিলে মেছিয়ে

ফুটবল বিশ্বকাপৰ খিতাপ দখলৰ সুযোগ লাভ আৰ্জেণ্টিনাৰ

ফুটবল বিশ্বকাপৰ খিতাপ দখলৰ সুযোগ লাভ কৰিলে আৰ্জেণ্টিনাই। ষষ্ঠবাৰৰ বাবে ফুটবল বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা। কাটাৰৰ লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছেমিফাইনেলত ক্রোৱেছিয়াক ৩-০ গ’লত হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে লিঅ’নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা দলে। তিনিওটা গ’লৰ দুটা গ’ল আহে মেছিৰ ভৰিৰ পৰা। মেচখনৰ প্ৰথমাৰ্ধৰ ৩৪ মিনটত প্ৰথমটো, ৩৯ মিনিটত দ্বিতীয়টো গ’ল হোৱাৰ বিপৰীতে তৃতীয়টো গ’ল হয় দ্বিতীয়াৰ্ধৰ ৬৯ মিনিটত। ২০১৪ চনৰ পাছত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ মেছি বাহিনীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button