অসমআন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰতমনোৰঞ্জনৰাজনৈতিক

লাভলীনাৰ খেল উপভোগ কৰিবলৈ ৩০ মিনিট সময় স্থগিত ৰখা হ’ব বিধানসভাৰ কাম-কাজ

শাসক-বিৰোধী উভয়েই সন্মতি জনাইছে এই সিদ্ধান্তত

⬛অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন পুনৰ আৰম্ভ।

⬛মঙ্গলবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অধিৱেশন।

⬛মঙ্গলবাৰে পুনৰ ১১ বজাৰ পৰা লাভলীনা বৰগোহাঁইৰ খেল উপভোগ কৰিবলৈ ৩০ মিনিট সময় স্থগিত ৰাখিব বিধানসভাৰ কাম-কাজ।

⬛শাসক-বিৰোধী উভয়েই সন্মতি জনাইছে এই সিদ্ধান্তত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button