অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিৰাজনৈতিক

হাইলাকান্দিত গো-ধনৰ অবাধ সৰবৰাহ, জব্দ ৯টাকৈ বাৰ্মিজ গৰু

তিনিখন ট্ৰাকৰ পৰা জব্দ ৯টাকৈ গৰু... মিজোৰামৰ পৰা হাইলাকান্দিত প্ৰৱেশৰ সময়তে জব্দ...

ৰাজ্যত অব্যাহত গো-ধনৰ অবাধ সৰবৰাহ

হাইলাকান্দিত জব্দ ৯টাকৈ বাৰ্মিজ গৰু

তিনিখন ট্ৰাকৰ পৰা জব্দ ৯টাকৈ গৰু

মিজোৰামৰ পৰা হাইলাকান্দিত প্ৰৱেশৰ সময়তে জব্দ

অভিযানত আটক ট্ৰাককেইখনৰ ৪জনকৈ চালক

আটক জাকিৰ হুছেইন লস্কৰ, জাবিৰ হুছেইন

আটক জাবিৰ আহেমদ লস্কৰ, আব্দুৰ ৰহিম বৰভূঞা

জব্দকৃত গৰুকেইটাৰ মুল্য প্ৰায় ২০ লাখ টকা

অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.