অসমভাৰতৰাজনৈতিক

সৰ্বানন্দ সোণোৱালক আন এক গুৰুত্বপুৰ্ণ দায়িত্ব প্ৰদান প্ৰধানমন্ত্ৰীৰ

CCPA ত অন্তৰ্ভূক্ত সৰ্বানন্দ সোণোৱালক

সৰ্বানন্দ সোণোৱালক আন এক গুৰুত্বপুৰ্ণ দায়িত্ব প্ৰদান প্ৰধানমন্ত্ৰীৰ।

কিছুদিন পূৰ্বে কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই সোমবাৰে গঠন কৰা মোদী কেবিনেট কিমিটীত স্থান লাভ কৰে সোণোৱালে। মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী CCPA ত অন্তৰ্ভূক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.