Socialঅপৰাধধাৰ্মিকভাৰত

গাঞ্জা সেৱন কৰি ৰঙা ঘৰৰ আলহী হ’ল পৰ্যটক

গাঞ্জা সেৱন কৰাৰ বাবেই আটক হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ৬ জন পৰ্যটক

গাঞ্জা সেৱন কৰি ৰঙা ঘৰৰ আলহী হ’ল ৬ জন পৰ্যটক। গাঞ্জা সেৱন কৰাৰ বাবেই হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ ৬ জন পৰ্যটকক স্থানীয় লোকে প্ৰহাৰ কৰি প্ৰেৰণ কৰিলে জেললৈ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে হৰিদ্বাৰৰ হৰ-কী পৌৰীত স্নান কৰাৰ সময়ত গাঞ্জা সেৱন কৰি আছিল হাৰিয়ানা, উত্তৰ প্ৰদেশৰ ৬জন পৰ্যটকে। ধৰ্মীয় ঠাইত গাঞ্জা সেৱন কৰি লোককেইজনে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত স্থানীয় লোক তৎক্ষণাত উক্ত স্থানত উপস্থিত হয়। স্থানীয় লোকসকলে গাঞ্জা সেৱন কৰা পৰ্যটক কেইজনক প্ৰহাৰ কৰি আৰক্ষীক গতাই দিয়ে।

অৱশেষত হৰিদ্বাৰ পুলিচে গ্ৰেপ্তাৰ কৰে কেওজন পৰ্যটককে। ঘটনা সন্দৰ্ভত  আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.