SocialSocial Networkখেলভাৰতমনোৰঞ্জনৰাজনৈতিক

ক্ৰিকেট এৰি বিজেপিৰ হাতত ধৰি ৰাজনীতিৰ পথাৰত আগুৱাই যাব নেকি হৰভজন সিং?

 এই খবৰে সামাজিক মাধ্যমত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ক্ৰিকেট এৰি বিজেপিৰ হাতত ধৰি ৰাজনীতিৰ পথাৰত আগুৱাই যাব নেকি হৰভজন সিঙে?  এই খবৰে সামাজিক মাধ্যমত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আগন্তুক বৰ্ষত পঞ্জাৱত হ’বলগীয়া বিধান সভা নিৰ্বাচনীৰ বাবে উচ্চাৰিত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ হৰভজন সিঙৰ নাম। অনতিপলমে ক্ৰিকেটৰ পৰা অৱশৰ ঘোষণা কৰি বিজেপিৰ হাতত ধৰি হৰভজন সিঙে ৰাজনীতিৰ পথাৰত আগবাঢ়িব বুলি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ কাৰণ হ’ল এক সাক্ষাৎকাৰত খেলুৱৈ গৰাকীয়ে নিজেই কয় যে, ৰাজনৈতিক দলে যদি তেখেতক ৰাজনীতিত যোগদান কৰাৰ অফাৰ দিয়ে, তেন্তে তেওঁ নিশ্চয়কৈ যোগদান কৰিব। কাৰণ পঞ্জাৱৰ লোক সকলৰ বাবে তেওঁ কিবা এটা কৰিব বিচাৰে। সেইবাবে হৰভজন সিঙে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হৈছে।

পৰৰ্ৱতী সময়তহে গম পোৱা যাব এই কথা কিমানদূৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.