অসমখেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

আজি শনিবাৰ, ভাৰতৰ বাবে ডাঙৰ দিন

উত্তৰ পূবৰ খেলুৱৈয়ে ভাৰতলৈ আজুৰি আনিলে টকিঅ’ অলিম্পিকৰ প্ৰথমটো পদক

ভাৰতৰ বাবে ডাঙৰ সফলতা। উত্তৰ পূবৰ খেলুৱৈয়ে ভাৰতলৈ আজুৰি আনিলে টকিঅ’ অলিম্পিকৰ প্ৰথমটো পদক।

আজি শনিবাৰ, ভাৰতৰ বাবে ডাঙৰ দিন। টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰিলে উত্তৰ পূৱৰ খেলুৱৈ মিৰাবাই চানুৱে। প্ৰথমটো ৰূপৰ পদকেৰে অলিম্পিকৰ পদকৰ জোলোঙা খুলিলে ভাৰতে। পুৱা ১০.২০ বজাত ভাৰত্তোলনত ৪৯ কেজি শাখাত ভাৰতৰ হৈ পদক যুঁজত অৱতীৰ্ণ হৈ ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয় চানুৱে।

গুৱাহাটী ৰেলৱে ষ্টেচনত কৰ্মৰত আছিল মিৰাবাই চানু।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.