অপৰাধঅসমগুৱাহাটী

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

ধনৰ বাবে হত্যা এজন যুৱকক

মহানগৰীৰ ভঙাগড়ত চাঞ্চল্যকৰ হত্যাকাণ্ড।

ধনৰ বাবে হত্যা বিশাল ৰয় নামৰ এজন যুৱকক। নেমকেয়াৰ হাস্পতালৰ কাষত সংঘটিত হ’ল এই ঘটনা।

বন্ধু ছাইদুলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দিছে পৰিয়ালৰ লোকে। আটকৰ পাছতে স্বীকাৰোক্তি প্ৰদান কৰে ছাইদুলে। ছাইদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে আন ১০ যুৱকক।

বুধবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.