অপৰাধঅসমআঞ্চলিকগুৱাহাটী

মহানগৰীৰ CITY CENTERত GMCৰ অভিযান

অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ

  • অবৈধ পাৰ্কিং গঢ়ি বিপদত মহানগৰীৰ CITY CENTER
  • অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে চিটী চেণ্টাৰত GMCৰ অভিযান
  • অবৈধভাৱে চলাই থকা পাৰ্কিং প্লেচ তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ
  • অনুমতি নোলোৱাকৈ পাৰ্কিং প্লেচ চলোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমনা
  • জৰিমনাৰ ধন দিবলৈ অপাৰগতা প্ৰকাশ মূল কৰ্তৃপক্ষৰ
  • পাৰ্কিঙৰ নামত প্ৰতিখন বাহনৰ পৰা সংগ্ৰহ কৰিছিল ১০০-১৫০ টকা
  • অবৈধ পাৰ্কিঙৰ পৰা দিনে ২০-৩০ হাজাৰ সংগ্ৰহ কৰি অহাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eleven =

Back to top button