leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি
কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন! বিলাসী সামগ্ৰীত পৰিণত অত্যাৱশ্যকীয় সামগ্ৰী।
৪-৫ গুণ পৰ্যন্ত বৃদ্ধি পাইছে শাক পাচলিৰ দাম।
![কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন! বিলাসী সামগ্ৰীত পৰিণত অত্যাৱশ্যকীয় সামগ্ৰী। কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন! বিলাসী সামগ্ৰীত পৰিণত অত্যাৱশ্যকীয় সামগ্ৰী।](https://prathamkhabartv.com/wp-content/uploads/2023/07/ghghgfgh_0-780x470.jpg)
ৰাজ্যৰ বজাৰত জুই জ্বলিছে। হুৰাহুৰে বৃদ্ধি পাইছে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ দাম। ৪-৫ গুণ পৰ্যন্ত বৃদ্ধি পাইছে শাক পাচলিৰ দাম।
সাধাৰণ জনতাৰ বাবে একপ্ৰকাৰ বিলাসী সামগ্ৰীত পৰিণত হৈছে শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী। বানপানী, ঈদৰ অচিলা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে নিৰ্বিচাৰে বৃদ্ধি কৰিছে দাম। বিপৰীতে কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগ।