Covid-19Socialঅৰ্থনৈতিকধৰ্মীয়

সমাগত দুৰ্গোৎসৱ! পিছে গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল

মূৰ্তি নিৰ্মাণ কৰিও থমকি ৰ’ব লগা হৈছে মৃৎশিল্পীসকল

সমাগত শাৰদীয় দুৰ্গোৎসৱ। দুৰ্গোৎসৱলৈ মাজত মাথোঁ এটা মাহ। পিছে গভীৰ অনিশ্চয়তাত মৃণ্ময় শিল্পীসকল।
ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে নাই পূৰ্বৰ দৰে উছাহ।
মূৰ্তি নিৰ্মাণ কৰিও থমকি ৰৈছে মৃৎশিল্পীসকল।  কি হ’ব ভৱিষ্যৎ? সকলো যেন অনিচ্ছয়তাত! আহিবলে ঘুৰি পুৰ্বৰ সেই উৎসৱৰ দিনবোৰ!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.