অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

GMCHত চাঞ্চল্যকৰ ঘটনা, মৰণোত্তৰ পৰীক্ষাৰ পাছত সা সলনি মৃতদেহ

১ মে’ত মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল লখিমীৰ মৃতদেহ... ৪ দিনৰ বাবে মৰণোত্তৰ গৃহত ৰাখিছিল মৃতদেহ...

GMCHত চাঞ্চল্যকৰ ঘটনা

লখিমী চেত্ৰী নামৰ মহিলাৰ মৃতদেহ বিচাৰি হাহাকাৰ

মৰণোত্তৰ পৰীক্ষাৰ পাছত সা সলনি মৃতদেহ

লখিমী চেত্ৰীৰ মৃতদেহৰ ঠাইত উদ্ধাৰ আন এজনৰ মৃতদেহ

১ মে’ত মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল লখিমীৰ মৃতদেহ

৪ দিনৰ বাবে মৰণোত্তৰ গৃহত ৰাখিছিল মৃতদেহ

GMCHৰ মৰ্গত মাতৃৰ মৃতদেহ নেদেখি কান্দোনত ভাগি পৰিছে পুত্ৰ

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ভঙাগড় আৰক্ষীৰ

উল্লেখ্য যে, আমচিং যোৰাবাটৰ পৰা লখিমীৰ মৃতদেহ আনিছিল GMCHলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.