অসমদৈনিক বাতৰিশিক্ষা

ডিব্ৰুগড় বিঃবিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত সমাৰোহত

ডিব্ৰুগড় বিঃবিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত সমাৰোহত

ডিব্ৰুগড় বিঃবিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ

২১ সংখ্যক দীক্ষান্ত সমাৰোহৰ বিশেষ আয়োজন

সমাৰোহত অংশগ্ৰহণ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপস্থিত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়া

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত সমাৰোহত

ডিব্ৰুগড় বিঃবিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহ। সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়। লগতে উপস্থিত ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে সাহিত্যিক নিৰূপমা বৰগোহাঞিক সন্মানীয় ডি লিট সন্মান আৰু বৰেণ্য বিজ্ঞানী ড০ ভূপেন্দ্ৰনাথ গোস্বামীলৈ আগবঢ়োৱা হ’ব ডি এছ চি সন্মান। এই সমাৰোহত ১৬৮৪ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।  ৭৫ জনক পি এইছ ডি, ৭২ জনক এম ফিল, ৪৩ জনক স্বৰ্ণপদক আৰু ৩ জন শিক্ষাৰ্থীক বিজ্ঞান, কলা আৰু বাণিজ্য শিতানত শ্ৰেষ্ঠ স্নাতকৰ স্বৰ্ণপদক প্ৰদান কৰা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.