অসমপৰিৱেশবতৰ

আজিৰে পৰা ৫ দিনৰ বাবে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

২৬ আগষ্টলৈ বৰষুণৰ মাত্ৰা অধিক প্ৰৱল হোৱাৰ সম্ভাৱনা

ৰাজ্যত আজিৰে পৰা ৫ দিনৰ বাবে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
অসমকে ধৰি উত্তৰ-পুবৰ আন কেইবাখনো ৰাজ্যত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই ৫ দিনত বংগোপ সাগৰৰ পৰা উত্তৰ-পূবৰ কাষেৰে পাৰ হৈ যাব মৌচুমী বতাহ। মৌচুমী বায়ুৰ প্ৰভাৱৰ ফলত বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞানীসকলে।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২৬ আগষ্টলৈ বৰষুণৰ মাত্ৰা অধিক প্ৰৱল হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.