জীৱনশৈলীদৈনিক বাতৰিভাৰতৰাজনৈতিক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় সন্মান। অইন এখন দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান লাভ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে খ্যাত হৈ পৰিছে। মোদী পুনৰ এক আন্তৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ ভুটানে প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান নগদগ পেল জী খোৰল প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মোদীয়ে চাউদী আৰৱ, আফগানিস্তান, ফলীস্তান, সংযুক্ত অৰৱ আমীৰত, ৰাছিয়া, মালদ্বীব আদি দেশৰ সৰ্বোচ্চ নাগৰিকৰ সন্মান লাভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.