Assamঅসমআঞ্চলিকদৈনিক বাতৰি

আজিও অপৰিৱৰ্তিত গুৱাহাটীৰ বান পৰিস্থিতি, ভিন্ন স্থানত জলবন্দী মহানাগৰিক….

আজিও অপৰিৱৰ্তিত গুৱাহাটীৰ বান পৰিস্থিতি

আজিও অপৰিৱৰ্তিত গুৱাহাটীৰ বান পৰিস্থিতি

ভিন্ন স্থানত জলবন্দী মহানাগৰিক

কৃত্ৰিম বানৰ তলত মহানগৰীৰ ভিন্ন পথ, উপ-পথ

কৃত্ৰিম বানৰ তলত নাৰেংগী-ছয়মাইল সংযোগী পথ

পথটোৰ কেইবাঠাইতো পূৰ্ব ভাৰতী গেছ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে মহানগৰী বাসীৰ ঘৰে ঘৰে গেছ যোগানৰ বাবে প্ৰায় দুমাহ পূৰ্বে পাইপ পোতাৰ নামত খণ্ডিছিল গাত। কিন্তু সময় মতে পাইপ সমূহ পোতাৰ পিছতো প্ৰায় অংশৰ গাতসমূহ নামাৰি উন্মুক্ত কৰি থৈ যায়। ফলত যোৱা চাৰি দিন ধৰি মহানগৰীত হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত পানীসমূহ ওলাই যাব নোৱাৰাত বানপানীৰ সৃষ্টি হৈছে পথচোৱাত । ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিব লগা হৈছে পথাচাৰিৰ লগতে অঞ্চলবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.