অসমগুৱাহাটীভাৰত

গুৱাহাটীত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। গুৱাহাটী ৫ কিঃমিঃ পৰ্যন্ত দাঁতিকাষৰীয়া অঞ্চলত হ’ব পাৰে প্ৰবল বৃষ্টিপাত।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।

গুৱাহাটীত বিজুলী-ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা।

গুৱাহাটী ৫ কিঃমিঃ পৰ্যন্ত দাঁতিকাষৰীয়া অঞ্চলত হ’ব পাৰে প্ৰবল বৃষ্টিপাত।

বৃষ্টিপাতৰ লগতে শিলাবৃষ্টিৰো প্ৰবল সম্ভাৱনা।

উল্লেখ্য যে, সোমবাৰৰ পৰাই ডিব্ৰুগড়কে ধৰি উজনি অসমত ধুমুহা-বৰষুণ, শিলাবৃষ্টিয়ে যথেষ্ট ক্ষতিসাধন কৰিছে।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.