Assamঅসমআঞ্চলিকদৈনিক বাতৰি

মাজুলী কমলাবাৰী-নিমাতীৰ ফেৰীসেৱাকলৈ অনিশ্চয়তা, শীঘ্ৰেই বন্ধ হ’‍ব পাৰে এই গুৰুত্বপূৰ্ণ ফেৰীসেৱা…

মাজুলী কমলাবাৰী-নিমাতীৰ ফেৰীসেৱাকলৈ অনিশ্চয়তা, শীঘ্ৰেই বন্ধ হ’‍ব পাৰে এই গুৰুত্বপূৰ্ণ ফেৰীসেৱা...

মাজুলী কমলাবাৰী-নিমাতীৰ ফেৰীসেৱাকলৈ অনিশ্চয়তা

শীঘ্ৰেই বন্ধ হ’‍ব পাৰে এই গুৰুত্বপূৰ্ণ ফেৰীসেৱা

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে শুকোৱাৰ পৰিণতি

ঠেক হৈ পৰিছে ফেৰী চলাচল কৰা চেনেলসমূহ

শীঘ্ৰেই নদী খনন নকৰিলে সমস্যাত পৰিব ফেৰীসেৱা

উল্লেখনীয় যে যোৰহাটৰ নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ ব্ৰহ্মপুত্ৰৰ পানী অস্বাভাৱিকভাৱে শুকোৱাৰ বাবে ফেৰীসেৱা বাধাগ্ৰস্ত হৈছে। কমলাবাৰী ঘাটৰ সমীপত প্ৰতিখন যাত্ৰীবাহী ফেৰী ১০ পৰা ১৫ মিনিট পৰ্যন্ত আবদ্ধ হবলগা হয় বালিচৰত। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত ফেৰী চলাচল কৰা চেনেল তথা পথসমূহ ঠেক হৈ পৰিছে। ফলত এখন ফেৰী আহিলে আনখন ফেৰী নদীৰ মাজত বহল দ স্থানত ৰখাই থবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। যদিহে নদীৰ খনন কাৰ্য সোনকালে নচলাই তেতিয়া বন্ধ হব পাৰে কমলাবাৰী নিমাতী পাৰ ঘাট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.