অসমআঞ্চলিকক্ৰিকেটগুৱাহাটী

গুলপীয়া বেনাৰ হৰ্ডিঙেৰে ভৰি পৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম।

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুস্থিত হ'ব IPLৰ মেচ

গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুস্থিত হ’ব IPLৰ মেচ। ৫ আৰু ৮ এপ্ৰিলত অনুস্থিত হ’ব বৰ্ষাপাৰাত দুখনকৈ মেচ। ৫ এপ্ৰিলত পঞ্জাব বনাম ৰাজস্থান ৰয়েলছ আৰু ৮ এপ্ৰিলত দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছৰ খেল।

সোমবাৰে গুৱাহাটীত উপস্থিত হ’ব ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ খেলুৱৈ। মঙলবাৰে পুৱাৰে পৰা বৰ্ষাপাৰত কৰিব অনুশীলন। প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPL মেচ অনুষ্ঠিত কৰিবলৈ সাজু অসম ক্ৰিকেট সন্থা। গুলপীয়া বেনাৰ হৰ্ডিঙেৰে ভৰি পৰিছে বৰ্ষাপাৰা ষ্টেডিয়াম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.