AssamInternationalleatest updateSocial

ভাৰতক জোকাই লৈ বিপদত জাষ্টিন ট্ৰুডু!

সন্ত্ৰাসবিৰোধী আন্তঃৰাষ্ট্ৰীয় সংস্থাক গোচৰ দিব ভাৰতে

ভাৰতক জোকাই লৈ বিপদত জাষ্টিন ট্ৰুডু

সন্ত্ৰাসবিৰোধী আন্তঃৰাষ্ট্ৰীয় সংস্থাক গোচৰ দিব ভাৰতে

FINANCIAL ACTION TASK FORCEত গোচৰৰ সম্ভাৱনা

কেইবাখনো ৰাষ্ট্ৰৰ উদ্যোগত গঠিত এই FATF

সন্ত্ৰাসবাদীৰ আন্তঃৰাষ্ট্ৰীয় অৰ্থ সাহায্য ৰোধ…

আন্তঃৰাষ্ট্ৰীয় অবৈধ ধন সৰবৰাহ ৰোধ…

এই ২ উদ্দেশ্যৰেই গঠিত FATF

কানাডাৰ ভূমিত খালীস্তানী সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা ট্ৰুডুৰ

ওলোতাই ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ

মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা ট্ৰুডুৰ

উপায়হীন হৈ FATFৰ কাষ চপাৰ সিদ্ধান্ত ভাৰতৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.