অসমআঞ্চলিক

গঠন কৰা হ’ল অসম চুক্তি ৰূপায়ণৰ বাবে উপ-সমিতি, সমিতিৰ কি পদত কোন?

৮ জনীয়া সদস্যকলৈ গঠন কৰা হ'ল অসম চুক্তি ৰূপায়ণৰ বাবে উপ-সমিতি

দীৰ্ঘদিনৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত গঠন কৰা হ’ল অসম চুক্তি ৰূপায়ণৰ বাবে উপ-সমিতি। ৮ জনীয়া সদস্যকলৈ গঠন কৰা হ’ল এই উপ-সমিতি।

সমিতিখনৰ অধ্যক্ষৰ পদত আছে মন্ত্রী অতুল বৰা। সদস্য পদত আছে মন্ত্ৰী পীযুষ হাজৰিকা, বিত্তমন্ত্রী অজন্তা নেওগ, আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দিপাংক কুমাৰ নাথ, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।

আনহাতে, অসম চুক্তিৰ উপ-সমিতিৰ উপদেষ্টা হিচাপে আছে প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপজ্যোতি গগৈ।

সমিতিৰ সমন্বয়ক হিচাপে আছে সুজাতা সচিব্ৰতা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + nine =

Back to top button