Assamleatest updateSports

৩ আৰু ৪ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব অভিৰুচি ক্ৰীড়া দিৱস।

অনুষ্ঠানত অংশগ্ৰহণ কৰিব বক্সাৰ চৰিতা দেৱীয়ে।

৪০ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। প্ৰতিবছৰৰ দৰে এইবছৰো ৩ আৰু ৪ চেপ্তেম্বৰ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব অভিৰুচি ক্ৰীড়া দিৱস। অনুষ্ঠানত অংশগ্ৰহণ কৰিব বক্সাৰ চৰিতা দেৱীয়ে। ৩ ছেপ্টেম্বৰত উলিওৱা হ’ব সামূহীক দৌৰ। লগতে এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’ব বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা।

এই উপলক্ষে অলিম্পিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন সংবাদমেল। এইবাৰ অভিৰুচি ক্ৰীড়া দিৱসত দেশৰ বিভিন্ন শিতানত ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰা অসম সন্তানক জনোৱা হ’ব সম্বৰ্দ্ধনা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 2 =

Back to top button