AssamEducationleatest update

এতিয়াৰে পৰা OMR শ্বীটত দিব লাগিব মেট্ৰিক পৰীক্ষা

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই অনুষ্ঠিত হব মেট্ৰিক

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই অনুষ্ঠিত হব মেট্ৰিক পৰীক্ষা

ছেবাৰ নতুন নিৰ্দেশনাৰে অনুষ্ঠিত হ’ব মেট্ৰিক

প্ৰথমবাৰৰ বাবে মেট্ৰিকত ব্যৱহাৰ হ’ব OMR শ্বীট

৪টা বিষয়ৰ ৫০% উত্তৰ লিখিব লাগিব OMR শ্বীটত

ইংৰাজী, অংক, বিজ্ঞান আৰু সমাজ বিজ্ঞান

প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰ

৫০% প্ৰশ্নৰ বাবে দিয়া হ’ব ১৬ পৃষ্ঠাৰ উত্তৰ বহী

প্ৰতি জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ নিৰ্দেশনা জাৰি

নিৰ্দেশনা জাৰি অসম মাধ্যমিক শিক্ষা পৰিষদৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.