অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

ব্ৰহ্মপুত্ৰক শান্ত কৰিবলৈ পূজা-অৰ্চনা, মাজুলীৰ কমলাবাৰী ফেৰীঘাটত পূজা-অৰ্চনা জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ

ব্ৰহ্মপুত্ৰক শান্ত কৰিবলৈ পূজা-অৰ্চনা

পূজা-অৰ্চনা জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ

মাজুলীৰ কমলাবাৰী ফেৰীঘাটত এই ঘটনা

ফেৰী যাতায়াতত দেখা দিয়া সমস্যাৰ বাবে পূজা-অৰ্চনা

নেদেখাজনৰ শৰণাপন্ন হ’ল পৰিবহণ বিভাগৰ কৰ্মচাৰী

কমলাবাৰী ফেৰী ঘাটৰৰ ফেৰী অহা যোৱা কৰা নৈপথ বালিৰে বাম হৈ যোৱাত ফেৰী যাত্ৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ বাবেই এনেদৰে পূজা–অৰ্চনা কৰে পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button