অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বাংলাদেশৰ ৰাজধানী ঢাকাত উত্তপ্ত পৰিস্থিতি, প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

বাংলাদেশৰ ৰাজধানী ঢাকাত উত্তপ্ত পৰিস্থিতি

প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ঢাকাত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সহস্ৰাধিকৰ

প্ৰধানমন্ত্ৰী হাছিনাৰ পদত্যাগৰ দাবীত সৰৱ BNP

ঢাকাসহ ১৬ স্থানত ১৩ কিঃমিঃ দৈৰ্ঘ্যৰ সমদল সহস্ৰাধিকৰ

প্ৰতিবাদকাৰীৰে সংঘৰ্ষ বাংলাদেশৰ সুৰক্ষা বাহিনীৰ

সংঘৰ্ষত এজন নিহত আৰু আহত শতাধিক

’২৪ চনত বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন

সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিৰোধী-BNPৰ তীব্ৰ প্ৰতিবাদ

চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি, মানৱ অধিকাৰ হননৰ অভিযোগ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.