অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ দিনাই বঙাইগাঁৱত ড্ৰাগছ দাহন কাৰ্যসূচী, প্ৰায় ৩ কোটি ৪ লাখ টকাৰ ড্ৰাগছ দাহন

বঙাইগাঁৱত ড্ৰাগছ দাহন কাৰ্যসূচী

বঙাইগাঁৱৰ আৰক্ষী নিবেশত দাহন ড্ৰাগছ

প্ৰায় ৩ কোটি ৪ লাখ টকাৰ ড্ৰাগছ দাহন

আজি আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁও আৰক্ষীয়ে বঙাইগাঁৱৰ আৰক্ষী নিবেশত প্ৰায় ৩ কোটি ৪ লাখ টকাৰ ড্ৰাগছ দাহন কৰে। বিগত বৰ্ষৰ পৰা আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ সমুহ আজিৰ দিনটোতে দাহন কৰা হয়।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.