Assamleatest updateSocialঅসমআঞ্চলিকদৈনিক বাতৰি

দ্বীপশিখা Banned

মৃগাংক বৰ্মনৰ হ*ত্যা*কা*ণ্ডৰ অভিযুক্ত শুৱালকুছিৰ দ্বীপশিখা বৈশ্যৰ বিৰুদ্ধে সৰৱ গাঁওবাসী। দ্বীপশিখা বৈশ্যক কোনোপধ্যে গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে গাঁওবাসীয়ে। এতিয়াও মুকলি আকাশৰ তলত মৃগাংক বৰ্মনৰ হ*ত্যা*কা*ণ্ডৰে নাম সাঙোৰ খোৱা দ্বীপশিখা বৈশ্য। মুকলি আকাশৰ তলত থাকিলেও বংশৰত থকা স্বামী গৃহলৈ আহিবলৈ নিদিয়াৰ সিদ্ধান্ত অঞ্চলবাসীৰ। দীপশিখাৰ ভুলৰ বাবে সংঘটিত হৈছে মৃগাংক বৰ্মনৰ হ*ত্যা*কা*ণ্ড। পূৰ্বেও কেইবাগৰাকী লোকৰ সৈতে দ্বীপশিখা পলাই যোৱাৰ অভিযোগ স্থানীয় মহিলাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button