Assamleatest updatepolitical

NCP নেতা শাৰদ পাৱাৰৰ দিল্লীস্থিত বাসগৃহত অনুষ্ঠিত হ’ব বিৰোধী মহাজোঁট I.N.D.I.A.ৰ চতুৰ্থখন বৈঠক।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা হোৱাৰ সম্ভাৱনা

১৩ ছেপ্টেম্বৰত বিৰোধী মহাজোঁট I.N.D.I.A.ৰ চতুৰ্থখন বৈঠক

NCP নেতা শাৰদ পাৱাৰৰ দিল্লীস্থিত বাসগৃহত হ’ব বৈঠক

অৱশ্যে এই বৈঠকত উপস্থিত নাথাকে মহাজোঁটৰ সকলো দল

সমন্বয়, নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে গঠিত সমিতিৰ সদস্যই ল’ব অংশ

বৈঠকতে চূড়ান্ত হ’ব প্ৰথমখন জনসভাৰ দিন আৰু স্থান

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা হোৱাৰ সম্ভাৱনা

নিৰ্বাচনত আসন ভাগ-বাটোৱাৰা সন্দৰ্ভতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.