অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰক্তাক্ত মণিপুৰ ত্যাগ কৰি প্ৰাণৰ মমতাত কাছাৰত উপস্থিত মেইটেই জনগোষ্ঠীৰ বহু লোক

ৰক্তাক্ত মণিপুৰ ত্যাগ কৰি প্ৰাণৰ মমতাত কাছাৰত উপস্থিত মেইটেই জনগোষ্ঠীৰ বহু লোক।

দেওবাৰে জিলাখনত আশ্ৰয় বিচাৰি উপস্থিত হয় ৪০গৰাকী মেইটেই মণিপুৰী।

কাছাৰৰ লক্ষীপুৰত আশ্ৰয় লৈছে শৰণাৰ্থীসকলে।

ইফালে বহু মেইটেই লোকে মিজোৰাম এৰাৰো প্ৰস্তুতি চলাইছে।

কুকি মহিলাক জঘন্য নিৰ্যাতনৰ ভিজুৱেল ভাইৰেল হোৱাৰ পিছতে মিজোৰামৰ MNF নামৰ পূৰ্বৰ বিদ্ৰোহী সংগঠনটোৱে মেইটেইসকলক মিজোৰাম ত্যাগ কৰাৰ নিৰ্দেশ দিছিল।

শৰণাৰ্থীসকলৰ থকা খোৱাৰ ব্যৱস্থা কৰাৰ বাবে তৎপৰ হৈ পৰিছে স্থানীয় প্ৰশাসন।

আশ্ৰয় শিবিৰত জিলাখনৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ বুজ লৈছে পৰিস্থিতিৰ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.