Internationalleatest updatePMo indiaSocial

মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ আন এক নতুন যাত্ৰা।

বতৰৰ আগজাননীৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণ কৰে এই নতুন উপগ্ৰহটো

মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ আন এক নতুন যাত্ৰা। বতৰৰ আগজাননীৰ বাবে শনিবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণ কৰে এটা নতুন উপগ্ৰহ।

Image

INSAT 3DS নামৰ এই উপগ্ৰহটো শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলতাৰে উৎক্ষেপণ কৰে ISROৰ বিজ্ঞানীসকলে। বতৰ, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন ক্ষেত্ৰৰ তথ্য সংগ্ৰহেৰে বাৰ্তা প্ৰেৰণ কৰিব এই উপগ্ৰহটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.