Covid-19অসমভাৰত

কৰ’নাৰ ভয়াবহ সংক্ৰমনৰ লক্ষ্য হৈ পৰিছে এইবাৰ ভাৰতীয় ষ্টেট বেংক

কৰ’নাৰ ভয়াবহ সংক্ৰমনৰ লক্ষ্য হৈ পৰিছে এইবাৰ ভাৰতীয় ষ্টেট বেংকৰ লামডিং ৰোডস্থিত ডিফু শাখা৷  শাখাটোৰ ৮জনকৈ কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে৷ শাখাটোৰ ৮জনকৈ কৰ্মচাৰী ক’ভিডত ১৯ত আক্ৰান্ত হোৱাৰ পিছত জিলা প্ৰশাসনে এছ বি আইৰ ডিফু মুখ্য শাখাক আজিৰে পৰা তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ অহা ৭ জুনলৈ মাইক্ৰ’ কণ্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

উক্ত সময়ছোৱাত এছ বি আই ডিফু শাখাৰ বিত্তীয় লেনদেন বন্ধ থাকিব বুলি জানিব পৰা গৈছে৷ বেঙ্কৰ এক সূত্ৰমতে জানিব পৰা অনুসৰি ক’ভিডত আক্ৰান্ত হোৱা ৮ জনকৈ কৰ্মচাৰীয়ে ক’ভিৰ ভেকচিনো গ্ৰহণ কৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + eight =

Back to top button